Express Tales Knowledge Hub
Express Tales – সকলোৰে মাজত এক পৰিচিত নাম। অসমীয়া ভাষাত বিভিন্ন বিষয়ৰ ওপৰত সাধাৰণ জ্ঞান বিষয়ক প্ৰশ্নোত্তৰ ফেচবুক মাধ্যমৰ (https://www.facebook.com/expresstales) যোগেদি প্ৰকাশ কৰি অহা Express Tales ScientificTemperament ৰ বৰ্তমান এক অবিচ্ছেদ্য অংগ। 40,000 ত কৈও অধিক followers থকা পেজTটোৱে অসমৰ শিক্ষা জগত খনত এক বিশেষ অৱদান আগবঢ়াই আহিছে।
এই শিতানত বৰ্তমান প্ৰায় 1000 টা ভিন্ন বিষয়ৰ প্ৰশ্নোত্তৰ উপলব্ধ সম্পূৰ্ণ ৰূপে অসমীয়া ভাষাত ।
দৈনিক নতুন প্ৰশ্নোত্তৰ সংযোজনৰ প্ৰতিশ্ৰুতিৰে…